ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বেলাৰুচিয়ান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বেলাৰুচিয়ান   বিশেষ্য

ಅರ್ಥ : বেলাৰুচৰ নিবাসী

ಉದಾಹರಣೆ : সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল

ಸಮಾನಾರ್ಥಕ : বেলাৰুচ-বাসী, বেলাৰুচবাসী

ಅರ್ಥ : বেলাৰুচৰ লোকসকলৰ ভাষা

ಉದಾಹರಣೆ : বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়

ಸಮಾನಾರ್ಥಕ : বেলাৰুচিয়ান ভাষা

বেলাৰুচিয়ান   বিশেষণ

ಅರ್ಥ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী

ಉದಾಹರಣೆ : তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে

ಅರ್ಥ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী

ಉದಾಹರಣೆ : লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল