ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
ಉದಾಹರಣೆ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
ಸಮಾನಾರ್ಥಕ : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক
ಅರ್ಥ : ভতৰা গৰু
ಉದಾಹರಣೆ : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
ಸಮಾನಾರ್ಥಕ : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
ಅರ್ಥ : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা
ಉದಾಹರಣೆ : বলদ কৃষকৰ পৰম বন্ধু
ಸಮಾನಾರ್ಥಕ : ঋষভ, বলদ, মতাগৰু
ಸ್ಥಾಪನೆ