ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভতৰা গৰু
ಉದಾಹರಣೆ : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
ಸಮಾನಾರ್ಥಕ : বৃষভ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
ಅರ್ಥ : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
ಉದಾಹರಣೆ : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
ಸಮಾನಾರ್ಥಕ : বৃষ ৰাশি, বৃষৰাশি
ಸ್ಥಾಪನೆ