ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বুদ্ধি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বুদ্ধি   বিশেষ্য

ಅರ್ಥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ಉದಾಹರಣೆ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

ಸಮಾನಾರ್ಥಕ : জ্ঞান, ধী, ধীশক্তি, বিবেক, মতি, মনীষা, মেধা

ಅರ್ಥ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

ಉದಾಹರಣೆ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

ಸಮಾನಾರ್ಥಕ : বোধ

ಅರ್ಥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব

ಉದಾಹರಣೆ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল

ಸಮಾನಾರ್ಥಕ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা