ಅರ್ಥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ಉದಾಹರಣೆ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ಸಮಾನಾರ್ಥಕ : কোৱা
ಅರ್ಥ : কোনো কথা আদি জানি লোৱা
ಉದಾಹರಣೆ :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
ಅರ್ಥ : বোধ বা জ্ঞান উদয় হোৱা
ಉದಾಹರಣೆ :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
ಅರ್ಥ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
ಉದಾಹರಣೆ :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে