ಅರ್ಥ : বিৰোধ কৰোতা ব্যক্তি
ಉದಾಹರಣೆ :
বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব
ಸಮಾನಾರ್ಥಕ : বিৰোধক
ಅರ್ಥ : যি বিৰোধত আছে
ಉದಾಹರಣೆ :
এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে
ಅರ್ಥ : বিৰোধ কৰোতা
ಉದಾಹರಣೆ :
বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?