ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
ಉದಾಹರಣೆ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ಸಮಾನಾರ್ಥಕ : অন্যথা, উল্টা, ওলোটা, বিপৰীত
ಅರ್ಥ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
ಉದಾಹರಣೆ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
ಸಮಾನಾರ್ಥಕ : প্রতিকূল, প্রতীপ, বিপৰীত
ಸ್ಥಾಪನೆ