ಅರ್ಥ : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
ಉದಾಹರಣೆ :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
ಅರ್ಥ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
ಸಮಾನಾರ್ಥಕ : বিয়োগ
ಅರ್ಥ : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
ಸಮಾನಾರ್ಥಕ : বিচ্ছেদ