ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আমনি লগা কার্য ্বা ভাব
ಉದಾಹರಣೆ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
ಅರ್ಥ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ಉದಾಹರಣೆ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
ಸಮಾನಾರ್ಥಕ : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
ಅರ್ಥ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ಉದಾಹರಣೆ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ಸಮಾನಾರ್ಥಕ : অন্যমনস্ক, উদাস, ম্লান
ಸ್ಥಾಪನೆ