ಅರ್ಥ : * দূৰত্ব, স্থান, সময় আদিৰ অন্তৰাল বা ইয়াৰ মাজত বিয়পি থকা
ಉದಾಹರಣೆ :
ভাৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে
ಸಮಾನಾರ್ಥಕ : পৰিব্যাপ্ত হোৱা, বিয়পি থকা
ಅರ್ಥ : কোনো ঠাইলৈকে হোৱা প্রসাৰণ কার্য
ಉದಾಹರಣೆ :
গাঁওলৈকে বানপানী বিস্তৃত হʼল
ಸಮಾನಾರ್ಥಕ : প্রসাৰতি হোৱা