ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ಉದಾಹರಣೆ : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
ಸಮಾನಾರ್ಥಕ : নিৰ্দিষ্ট
ಅರ್ಥ : যিটো কোনো বিশেষত্বযুক্ত
ಉದಾಹರಣೆ : তেওঁ বিশিষ্ট কামহে কৰে
ಸಮಾನಾರ್ಥಕ : বিশিষ্ট
ಅರ್ಥ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ಉದಾಹರಣೆ : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
ಸಮಾನಾರ್ಥಕ : জৰুৰী
ಸ್ಥಾಪನೆ