ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিভা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিভা   বিশেষ্য

ಅರ್ಥ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে

ಉದಾಹರಣೆ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল

ಸಮಾನಾರ್ಥಕ : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা

ಅರ್ಥ : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা

ಉದಾಹರಣೆ : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়

ಸಮಾನಾರ್ಥಕ : অংশু, কিৰণ, ৰশ্মি

ಅರ್ಥ : এক ধৰণৰ প্রকাশ বা পোহৰ

ಉದಾಹರಣೆ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল

ಸಮಾನಾರ್ಥಕ : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা