ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
ಉದಾಹರಣೆ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ಸಮಾನಾರ್ಥಕ : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ
ಅರ್ಥ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
ಉದಾಹರಣೆ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
ಸಮಾನಾರ್ಥಕ : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত
ಅರ್ಥ : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়
ಉದಾಹರಣೆ : জলৰ বিপৰীত শ্্ব্দটো লিখক
ಅರ್ಥ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
ಉದಾಹರಣೆ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
ಸಮಾನಾರ್ಥಕ : প্রতিকূল, প্রতীপ, বিৰুদ্ধ
ಸ್ಥಾಪನೆ