ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিপদ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিপদ   বিশেষ্য

ಅರ್ಥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

ಉದಾಹರಣೆ : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

ಸಮಾನಾರ್ಥಕ : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

ಅರ್ಥ : কল্যাণ বা মংগল নথকা

ಉದಾಹರಣೆ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

ಸಮಾನಾರ್ಥಕ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিমংগল, বিমঙ্গল

ಅರ್ಥ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে

ಉದಾಹರಣೆ : সংকটতত মগজুৱে কাম নকৰা হয়

ಸಮಾನಾರ್ಥಕ : সংকট

ಅರ್ಥ : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা

ಉದಾಹರಣೆ : বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই