ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিন্দু ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিন্দু   বিশেষ্য

ಅರ್ಥ : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে

ಅರ್ಥ : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন

ಉದಾಹರಣೆ : এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে

ಸಮಾನಾರ್ಥಕ : ফোঁট

ಅರ್ಥ : পানী আদি জুলীয়া পদার্থ ় পৰোতে হোৱা সৰু বড়িৰ নিচিনা অংশ

ಉದಾಹರಣೆ : টোপাল টোপালকৈ পানী পৰি কলহটো ভৰিল

ಸಮಾನಾರ್ಥಕ : টোপা, টোপাল, ফোঁটা