ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিনিয়োগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিনিয়োগ   বিশেষ্য

ಅರ್ಥ : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা

ಉದಾಹರಣೆ : কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : বিনিয়োজন

ಅರ್ಥ : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে

ಸಮಾನಾರ್ಥಕ : বিনিয়োজন

ಅರ್ಥ : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য

ಉದಾಹರಣೆ : তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে

ಸಮಾನಾರ್ಥಕ : বিনিয়োজন

ಅರ್ಥ : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য

ಉದಾಹರಣೆ : লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল

ಸಮಾನಾರ್ಥಕ : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ

ಅರ್ಥ : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ

ಉದಾಹರಣೆ : মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে

ಸಮಾನಾರ್ಥಕ : বিনিয়োজন