ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে বিজয় লাভ কৰিছে
ಉದಾಹರಣೆ : জনসাধাৰণে বিজয়ীজনক নিজৰ কান্ধৰ ওপৰত উঠাই লʼলে
ಸಮಾನಾರ್ಥಕ : অভিজিত, বিজয়ী
ಅರ್ಥ : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ಉದಾಹರಣೆ : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
ಸಮಾನಾರ್ಥಕ : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজয়ী, সফল
ಅರ್ಥ : পৰাজিত কৰোতা
ಉದಾಹರಣೆ : বিজেতা ৰজাই পৰাজিত ৰজাক বন্দী কৰিছিল
ಸ್ಥಾಪನೆ