ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে কোনো কথা বা বিষয় আদিৰ বিচাৰ কৰে
ಉದಾಹರಣೆ : তেওঁ এজন ্ভাল বিচাৰক
ಸಮಾನಾರ್ಥಕ : বিচাৰপতি
ಅರ್ಥ : কোনো কাজিয়া বা মামলা নিষ্পত্তি কৰিবৰ কাৰণে নিয়োগ কৰা দলৰ কোনো সদস্য
ಉದಾಹರಣೆ : মেলেকীয়ে নিজৰ সিদ্ধান্ত ভাবি-চিন্তি দিয়া উচিত
ಸಮಾನಾರ್ಥಕ : চালিছ, মীমাংসক, মেলেক, মেলেকী
ಸ್ಥಾಪನೆ