ಅರ್ಥ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
ಉದಾಹರಣೆ :
ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
ಸಮಾನಾರ್ಥಕ : পৰীক্ষা
ಅರ್ಥ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
ಉದಾಹರಣೆ :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
ಸಮಾನಾರ್ಥಕ : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন
ಅರ್ಥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
ಉದಾಹರಣೆ :
এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, সম্পৰীক্ষা