ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বাৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বাৰ   বিশেষ্য

ಅರ್ಥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ಉದಾಹರಣೆ : সোমবাৰ সপ্তাহৰ প্রথম দিন

ಸಮಾನಾರ್ಥಕ : অহ্ন, দিন, দিৱস, বাসৰ

ಅರ್ಥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ಉದಾಹರಣೆ : এতিয়া ৰামৰ পাল

ಸಮಾನಾರ್ಥಕ : নম্বৰ, পাল

ಅರ್ಥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ಉದಾಹರಣೆ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

ಸಮಾನಾರ್ಥಕ : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ

ಅರ್ಥ : মদ কিনিলৈ খোৱা ঠাই

ಉದಾಹರಣೆ : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়

ಸಮಾನಾರ್ಥಕ : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়

ಅರ್ಥ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

ಉದಾಹರಣೆ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

ಸಮಾನಾರ್ಥಕ : দফা

ಅರ್ಥ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

ಉದಾಹರಣೆ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

ಸಮಾನಾರ್ಥಕ : ফ্রেম, বৃতি

ಅರ್ಥ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা

ಉದಾಹರಣೆ : ছয় আৰু ছয় মিলি বাৰ হয়

ಸಮಾನಾರ್ಥಕ : দ্বাদশ, ১২

ಅರ್ಥ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

ಉದಾಹರಣೆ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

ಸಮಾನಾರ್ಥಕ : কিস্তি, খেপ, দফা

বাৰ   বিশেষণ

ಅರ್ಥ : দহ আৰি দুই

ಉದಾಹರಣೆ : নাৱত বাৰজন লোক উঠি আছিল

ಸಮಾನಾರ್ಥಕ : দ্বাদশ, ১২