ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কম উচ্চতাৰ বা চুটি-চাপৰ মানুহ
ಉದಾಹರಣೆ : চার্কাচত বাওনাৰ খেল দেখি লʼৰা-ছোৱালীবোৰ আনন্দত মতলীয়া হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : কটিয়া, বাওনা
ಅರ್ಥ : সৰু আকাৰ বা অবয়ৱযুক্ত
ಉದಾಹರಣೆ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
ಸಮಾನಾರ್ಥಕ : বাওনা, সৰু
ಸ್ಥಾಪನೆ