ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
ಉದಾಹರಣೆ : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
ಸಮಾನಾರ್ಥಕ : বান, মথাউৰি
ಅರ್ಥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ಉದಾಹರಣೆ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : গাঁথি, গ্রন্থি, ডোৰ, বন্ধন, বান্ধোন
ಸ್ಥಾಪನೆ