ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রলয় হিচাপে গণনা হোৱা গোটেই সংসাৰত বহুত দিনৰ পিছত হোৱা বানপানী
ಉದಾಹರಣೆ : হিন্দু সকলৰ অনুসৰি বৈৱস্বত মনুৰ সময়ত আৰু খ্রীষ্টান, মুছলমান আদিৰ অনুসৰি হজৰত নুহৰ সময়ত এনে বান আহিছিল
ಸಮಾನಾರ್ಥಕ : প্লাবন
ಅರ್ಥ : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : প্লাৱন, বন্যা, বান
ಸ್ಥಾಪನೆ