ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : প্লাৱন, বন্যা, বানপানী
ಅರ್ಥ : নদী বা জলাশয়ৰ পানী ৰুধিবৰ কাৰণে তাৰ পাৰত শিল,মাটি আদিৰে বনোৱা এক ব্যৱস্থা
ಉದಾಹರಣೆ : নদীত বান্ধ সাজি বিজুলী উৎপাদন কৰা হয়
ಸಮಾನಾರ್ಥಕ : বান্ধ, মথাউৰি
ಸ್ಥಾಪನೆ