ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বাধা উৎপন্ন কৰা ব্যক্তি
ಉದಾಹರಣೆ : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
ಅರ್ಥ : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
ಉದಾಹರಣೆ : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
ಸಮಾನಾರ್ಥಕ : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
ಸ್ಥಾಪನೆ