ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ಉದಾಹರಣೆ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
ಸಮಾನಾರ್ಥಕ : কায়দা, নিয়ম, সিদ্ধান্ত
ಅರ್ಥ : ঋষি আদিৰ মান্য উপদেশ
ಉದಾಹರಣೆ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ಸಮಾನಾರ್ಥಕ : মত, সিদ্ধান্ত
ಅರ್ಥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ಉದಾಹರಣೆ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ಸಮಾನಾರ್ಥಕ : মত, মতবাদ, সিদ্ধান্ত
ಸ್ಥಾಪನೆ