ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : খিড়িকি, খিৰিকি, গৱাক্ষ, জানলা, জানালা
ಅರ್ಥ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ಉದಾಹರಣೆ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
ಸಮಾನಾರ್ಥಕ : খিৰিকি, গৱাক্ষ
ಅರ್ಥ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ಉದಾಹರಣೆ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
ಸಮಾನಾರ್ಥಕ : খিৰিকি, খিৰিকী, গৱাক্ষ
ಸ್ಥಾಪನೆ