ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ಉದಾಹರಣೆ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
ಸಮಾನಾರ್ಥಕ : পথ, মার্গ, ৰাস্তা
ಅರ್ಥ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ಉದಾಹರಣೆ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
ಸಮಾನಾರ್ಥಕ : পথ, মার্গ, ্ ৰাস্তা
ಅರ್ಥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ಸ್ಥಾಪನೆ