ಅರ್ಥ : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
ಉದಾಹರಣೆ :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
ಅರ್ಥ : সাপ পোহা আৰু নচুৱা ব্যক্তি
ಉದಾಹರಣೆ :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
ಸಮಾನಾರ್ಥಕ : সাপ নচুৱাওঁ্তা