ಅರ್ಥ : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
ಉದಾಹರಣೆ :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
ಸಮಾನಾರ್ಥಕ : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
ಅರ್ಥ : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
ಉದಾಹರಣೆ :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
ಸಮಾನಾರ್ಥಕ : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান