ಅರ್ಥ : দূৰ বা আঁতৰি থকা
ಉದಾಹರಣೆ :
মই বেয়া সংগৰ পৰা বাচি থাকোঁ
ಅರ್ಥ : দুখ, বিপত্তি আদিত নপৰা বা ইয়াৰ পৰা ৰক্ষিত বা দূৰ হৈ থকা
ಉದಾಹರಣೆ :
ৰোহিত কেঞ্চাৰ ৰোগত মৃত্যুপ্রায় হৈ বাচি আছে
ಸಮಾನಾರ್ಥಕ : বাচা, ৰক্ষা পোৱা