ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কার্য, ব্যৱস্থা আদিৰ সঞ্চালনা কৰা কার্য
ಉದಾಹರಣೆ : ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত ৰাণী লক্ষ্মীবাঈয়ে ৰাজ্যৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল
ಅರ್ಥ : ঘোৰাৰ মুখত লগোৱা এক উপকৰণ, যাৰ দুয়োফালে ৰচি বা চামৰাৰ পট্টি লগোৱা থাকে
ಉದಾಹರಣೆ : অশ্বাৰোহীজনে ঘোঁৰাৰ লেকামত ধৰি খোজ কাঢ়ি গৈ আছিল
ಸಮಾನಾರ್ಥಕ : বল্পা, বাঘডোৰ, লাগাম, লেকাম, লেগাম
ಸ್ಥಾಪನೆ