ಅರ್ಥ : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
ಉದಾಹರಣೆ :
এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
ಸಮಾನಾರ್ಥಕ : একুৰি দুই, দ্বাবিংশতি
ಅರ್ಥ : বিশ আৰু দুই
ಉದಾಹರಣೆ :
নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি