ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ಉದಾಹರಣೆ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
ಸಮಾನಾರ್ಥಕ : পদার্থ, মাল, মাল-বস্তু, সামগ্রী
ಅರ್ಥ : বাস্তৱিক বা কল্পিত সত্তা
ಉದಾಹರಣೆ : বতাহ এক বিমূর্ত্ত বস্তু
ಸಮಾನಾರ್ಥಕ : সামগ্রী
ಅರ್ಥ : যিটোৰ কোনো আকাৰ বা ৰূপ আছে আৰু যিটো কোনো খণ্ড, শৰীৰ আদিৰ ৰূপত থাকে
ಉದಾಹರಣೆ : গাখীৰ এবিধ পেয় পদার্থ
ಸಮಾನಾರ್ಥಕ : দ্রব্য, পদার্থ
ಸ್ಥಾಪನೆ