ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বন্ধ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বন্ধ কৰা   ক্ৰিয়া

ಅರ್ಥ : প্রথা বন্ধ কৰা কার্য

ಉದಾಹರಣೆ : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া, নিষিদ্ধ কৰা

ಅರ್ಥ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

ಉದಾಹರಣೆ : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

ಅರ್ಥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

ಉದಾಹರಣೆ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

ಸಮಾನಾರ್ಥಕ : জপোৱা

ಅರ್ಥ : দুৱাৰ আদি বন্ধ কৰা কার্য

ಉದಾಹರಣೆ : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

ಸಮಾನಾರ್ಥಕ : জপাই দিয়া

ಅರ್ಥ : বাধা প্রদান কৰা

ಉದಾಹರಣೆ : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

ಸಮಾನಾರ್ಥಕ : অৱৰোধ কৰা

ಅರ್ಥ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

ಉದಾಹರಣೆ : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

ಸಮಾನಾರ್ಥಕ : ৰুধা

ಅರ್ಥ : ভাট্টা আদি নিদিয়া

ಉದಾಹರಣೆ : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে