ಅರ್ಥ : সেই দ্বিপদী বিকশিত ্পশুবর্গ ্যʼৰ পৰা আধুনিক মানুহৰ জন্ম হৈছে
ಉದಾಹರಣೆ :
নৃতত্ত্ববিদে বনমানুহৰ বিষয়ে গৱেষণা চলাই আছে নৃতত্ত্ববিদে অসমৰ শদিয়াত বনমানুহৰ অনুসন্ধান চলাই আছে
ಅರ್ಥ : মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীবোৰে চিৰিয়াখানাত বনমানুহক বাদাম খুৱাই আছে
ಸಮಾನಾರ್ಥಕ : বন-মানুহ