ಅರ್ಥ : এঠাইৰ পৰা আহি অন্য কোনো ঠাইত নিযুক্ত হোৱা কার্য
ಉದಾಹರಣೆ :
যোৱা মাহৰ পৰাহে মোৰ কার্যালয় বদলি হʼল
ಸಮಾನಾರ್ಥಕ : স্থানান্তৰিত হোৱা
ಅರ್ಥ : এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ অনা কার্য
ಉದಾಹರಣೆ :
এই ঘটনাটোৰ পিছৰ পৰা তেওঁৰ জীৱনলৈ বহুত পৰি্ৱর্তন আহিল
ಸಮಾನಾರ್ಥಕ : পৰি্ৱর্তন ্অহা