ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ಉದಾಹರಣೆ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
ಸಮಾನಾರ್ಥಕ : গুণ্ডা, দাদা, বজ্জাত, বদমাছ
ಅರ್ಥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা
ಅರ್ಥ : যিজনে বৰ উৎপাত কৰে
ಉದಾಹರಣೆ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ಸಮಾನಾರ್ಥಕ : উৎপতীয়া, খটাসুৰ, দুষ্ট
ಅರ್ಥ : যি উপদ্রৱ কৰে
ಉದಾಹರಣೆ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
ಸಮಾನಾರ್ಥಕ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া
ಸ್ಥಾಪನೆ