ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বঢ়া ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বঢ়া   বিশেষ্য

ಅರ್ಥ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

ಉದಾಹರಣೆ : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

ಸಮಾನಾರ್ಥಕ : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

ಅರ್ಥ : গণনা বা জোখ-মাপত অধিক হোৱা

ಉದಾಹರಣೆ : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

ಸಮಾನಾರ್ಥಕ : অধিক হোৱা

ಅರ್ಥ : থালী বা পাতত আহাৰ দিয়া কার্য

ಉದಾಹರಣೆ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

ಸಮಾನಾರ್ಥಕ : পৰিৱেশন কৰা, বিলোৱা

ಅರ್ಥ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ಉದಾಹರಣೆ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

ಸಮಾನಾರ್ಥಕ : উলিওৱা, কঢ়া

ಅರ್ಥ : বর্ধন ্ কার্য

ಉದಾಹರಣೆ : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

ಸಮಾನಾರ್ಥಕ : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

ಅರ್ಥ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

ಉದಾಹರಣೆ : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে