ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
ಸಮಾನಾರ್ಥಕ : হাট
ಅರ್ಥ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
ಉದಾಹರಣೆ : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
ಅರ್ಥ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
ಉದಾಹರಣೆ : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
ಸಮಾನಾರ್ಥಕ : মার্কেট, হাট, হাটখোলা
ಸ್ಥಾಪನೆ