ಅರ್ಥ : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
ಉದಾಹರಣೆ :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
ಸಮಾನಾರ್ಥಕ : ৰক্ষা কৰা
ಅರ್ಥ : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
ಉದಾಹರಣೆ :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
ಅರ್ಥ : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
ಉದಾಹರಣೆ :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
ಅರ್ಥ : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
ಉದಾಹರಣೆ :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে