ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজন ব্যক্তিৰ বৰণ বগা
ಉದಾಹರಣೆ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
ಅರ್ಥ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
ಉದಾಹರಣೆ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
ಸಮಾನಾರ್ಥಕ : শুকুলা, শুক্ল, শ্বেত
ಅರ್ಥ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
ಉದಾಹರಣೆ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : চূণ, চূণ-শিল
ಅರ್ಥ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ಉದಾಹರಣೆ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
ಸಮಾನಾರ್ಥಕ : চাদা
ಅರ್ಥ : চফা ৰঙৰ বা শ্বেত বর্ণৰ
ಉದಾಹರಣೆ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
ಸಮಾನಾರ್ಥಕ : শ্বেত, শ্বেতাংগ
ಸ್ಥಾಪನೆ