ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : আনৰ পৰা পাব লগা ধন বা টকা-পইচা আদি
ಉದಾಹರಣೆ : মহাজনে প্রতিমাহৰ পহিলা দিনা পাওনা লʼবৰ বাবে ঘৰলৈ যায়
ಸಮಾನಾರ್ಥಕ : পাওনা, প্রাপ্যধন
ಅರ್ಥ : কাৰোবাৰ জিম্মাত বাকী থাকি যোৱা ধনৰ অংশ
ಉದಾಹರಣೆ : তেওঁ বেংকৰ ্পৰা বকেয়া ধন আদায় কৰিলে
ಅರ್ಥ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
ಉದಾಹರಣೆ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
ಸಮಾನಾರ್ಥಕ : বাকী
ಸ್ಥಾಪನೆ