ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বর্ণ, সম্প্রদায়, ্ জাত-পাত
ಅರ್ಥ : একেজন পূর্বপুৰুষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ সমষ্টি বা বর্গ
ಉದಾಹರಣೆ : উচ্চ বংশত জন্মগ্রহণ কৰিলেই কোনো উচ্চ হৈ নাযায়
ಸಮಾನಾರ್ಥಕ : কুল, বংশ-কুল
ಅರ್ಥ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
ಉದಾಹರಣೆ : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
ಸಮಾನಾರ್ಥಕ : বাঁস, বাঁহ, বাঁহগছ
ಸ್ಥಾಪನೆ