ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ফৰমান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ফৰমান   বিশেষ্য

ಅರ್ಥ : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ

ಉದಾಹರಣೆ : আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে

ಸಮಾನಾರ್ಥಕ : অধ্যাদেশ

ಅರ್ಥ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল

ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, হুকুম

ಅರ್ಥ : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়

ಉದಾಹರಣೆ : আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত

ಸಮಾನಾರ್ಥಕ : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা