ಅರ್ಥ : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
ಉದಾಹರಣೆ :
তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
ಸಮಾನಾರ್ಥಕ : ফৰমাইচি
ಅರ್ಥ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
ಉದಾಹರಣೆ :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
ಸಮಾನಾರ್ಥಕ : অনুৰোধ