ಅರ್ಥ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
ಉದಾಹರಣೆ :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
ಸಮಾನಾರ್ಥಕ : ফুলাই তোলা
ಅರ್ಥ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
ಉದಾಹರಣೆ :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : পৰিস্ফূট কৰা
ಅರ್ಥ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
ಉದಾಹರಣೆ :
লʼৰাটোৱে বেলুন ফুলায় আছে