ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ফুলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ফুলা   ক্ৰিয়া

ಅರ್ಥ : কলি ফুললৈ সলনি হোৱা ৰূপ

ಉದಾಹರಣೆ : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

ಸಮಾನಾರ್ಥಕ : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

ಅರ್ಥ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

ಉದಾಹರಣೆ : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

ಅರ್ಥ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

ಉದಾಹರಣೆ : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

ಅರ್ಥ : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

ಉದಾಹರಣೆ : খেতি পথাৰত সৰিয়হ ফুলিছে

ಸಮಾನಾರ್ಥಕ : পুষ্পিত হোৱা