ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো ঠাইৰ মাজৰ খালী অংশ
ಉದಾಹರಣೆ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
ಸಮಾನಾರ್ಥಕ : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
ಅರ್ಥ : ছেদ কৰা কার্য
ಉದಾಹರಣೆ : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
ಸಮಾನಾರ್ಥಕ : ছেদন
ಅರ್ಥ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
ಉದಾಹರಣೆ : এই ঢোলকটো ফুটি থাকিল
ಸಮಾನಾರ್ಥಕ : ফুটি থকা
ಅರ್ಥ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
ಉದಾಹರಣೆ : কলহটো ফুটিল
ಸಮಾನಾರ್ಥಕ : ভগ্ন হোৱা
ಅರ್ಥ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
ಉದಾಹರಣೆ : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
ಸ್ಥಾಪನೆ