ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ফান্দ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ফান্দ   বিশেষ্য

ಅರ್ಥ : কাৰোবাৰ চক্রান্তত পৰা কার্য

ಉದಾಹರಣೆ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে

ಸಮಾನಾರ್ಥಕ : পাল্লা, ফন্দি

ಅರ್ಥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ಉದಾಹರಣೆ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

ಸಮಾನಾರ್ಥಕ : জাল

ಅರ್ಥ : এক প্রকাৰৰ নিগনি ধৰা সজা

ಉದಾಹರಣೆ : নিগনি ধৰা ফান্দত এটা নিগনি পৰিল

ಸಮಾನಾರ್ಥಕ : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ

ಅರ್ಥ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে

ಉದಾಹರಣೆ : চিকাৰীয়ে শহাটোক ফান্দত পেলালে

ಸಮಾನಾರ್ಥಕ : পাশ